জয় মা দূৰ্গা DURGA PUJA 2019 WISHES ASSAMESE | DURGA PUJA GREETINGS,IMAGES, SMS, QUOTES, STATUS FOR FACEBOOK AND WHATSAPP IN ASSAMESE

DURGA PUJA 2018 WISHES,GREETINGS,IMAGES, SMS, QUOTES, STATUS FOR FACEBOOK AND WHATSAPP IN ASSAMESE

DURGA PUJA IS CELEBRATED IN ASSAM ALONG WITH MANY OTHER INDIAN STATES.IT MARKS THE VICTORY OF GODDESS DURGA OVER DEMON MAHISHASURA . IT IS ALSO SAID TO BE VICTORY OF GOOD OVER EVIL . EVERYONE GETS INVOLVE IN THE PUJA IRRESPECTIVE OF RELIGION 

 

 Click here to win free gift
https://earn4fun.in/qOb8

DURGA PUJA 2019 WISHES IN ASSAMESE


শাৰদীয় দুৰ্গা পূজাৰ হিয়াভৰা শুভকামনা জাছিলো... আশা কৰো যাতে মা দূর্গাৰ আশীৰ্বাদ সকলোৰে লগত থাকে |দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ...Happy Durga puja 2018


DURGA PUJA WISHES MESSAGES IN ASSAMESE 2019

সমূহ ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোদুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰকমা দুৰ্গাৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছো
শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ....Happy durga puja 2019



DURGA PUJA WISHES QUOTES ASSAMESE 2019

"...শৰৎ আহিলেশেৱালি ফুলিলেআহিনৰ আকাশত মেঘে নাচিলে..."সদৌটিলৈকে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁHappy durga puja 2019



MAA DURGA SMS IN ASSAMESE 2019

হাঁহিৰ বেলুনবোৰ উৰি ফুৰক সদায় নীল আকাশত মানুহবোৰ সুখীহৈ থাকক মনৰ জোখত সেউজীয়া পৃথিৱীৰ মানুহৰ মনবোৰো চিৰসেউজ হোৱাৰ যাত্ৰা এই পূজাৰ পৰাই আৰম্ভ ওঁক সকলোলৈকে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ৷Happy durga puja 2019



DURGA PUJA WISHES ASSAMESE FOR FACEBOOK

দূৰ্গা পূজা উপলক্ষে মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ সকলো ফেচবুকৰ বন্ধুলৈ দূৰ্গা পূজাৰ শুভেচ্ছা জনালো Happy duraga puja my dear and my respected fb friends...



DURGA PUJA WHATSAPP STATUS IN ASSAMESE

সকলোলৈকে দূৰ্গতিনাশিনী দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ | মা দূৰ্গাৰ কৃপাত সমাজৰ সকলো অপশক্তিৰ বিনাশ হৈ সকলোৰে মাজত সম্প্ৰীতি আৰু সদভাৱ উদয় হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাইছোঁ |Happy durga puja 2019
দুৰ্গতি নাশিনী দুৰ্গা দুখ বিনাশিনী  দুৰ্গতিক নাশ কৰা ভবানী ভৈৰৱী   সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল   


DURGA PUJA WISHES MESSAGES FOR WHATSAPP IN ASSAMESE

পূজাৰ নামত অকালতে যমৰ আলহী হোৱা নিষ্পাপ জীৱ জন্তুৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে কাতৰ প্ৰাৰ্থনা জনাইছোঁ | আজিৰ দিনত বলি বিধানৰ মাধ্যমেৰে ভগৱানক সন্তুষ্ট কৰাৰ ধাৰণা মুঠেই সমৰ্থন যোগ্য নহয় | ইয়াৰ বিপৰীতে মানুহৰ মনৰ মাজত থকা লোভ মোহ কাম ক্ৰোধ ইত্যাদি অনিষ্টকাৰী ৰিপুসমুহ নাশ কৰিব পাৰিলেহে সমাজত সকলোৰে মাজত শান্তি শৃংখলা অটুট থাকিব | গতিকে আহক দেৱীৰ পূজাৰ নামত আমি আমাৰ মনৰ মাজত থকা অনিষ্টকাৰী ৰিপু সমুহ বলিদান হিচাপে আগবঢ়াও...জয় মা দূৰ্গা...



Durga Puja 2018 Whatsapp Status Assamese

 শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো |পূৰ্ণ হওক সকলো ইচ্ছা |আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালো।....Happy Durga puja 2019
আটাইলৈ শাৰদীয় দুৰ্গা পুজাৰ শুভেচ্ছা জনালো আশা কৰিছো আমাৰ মাজত অতুত থাকক শান্তি সমন্বয় আৰু ভাতৃত্ববোধধংস হওঁক সমাজৰ অপ শক্তি বোৰ
আপোন সকলোলৈকে দুৰ্গা পুজাৰ শুভেচ্ছা থাকিল৷ সকলোৰে জীৱনবোৰ দুৰ্গা মাই সুখী কৰি তোলক,তাৰেই কামনা কৰিলো৷Happy Durja Puja 2018

DURGA PUJA WISHES FOR FB IN ASSAMESE

মোৰ সকলো বন্ধুসকললৈ শাৰদীয় দুৰ্গা পুজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ এই শাৰদীয় দুৰ্গা পুজাই সকলো জাতি ধৰ্মৰ মাজত হিংসা বিদ্বেষ নাইকিয়া কৰি মৰম চেনেহ প্ৰেম আৰু ভাতৃত্ববোধ এনাজৰীডাল কটকটীয়া কৰি তোলক তাৰ কামনা কৰিলোঁ...happy durja puja 2018

সকলোলৈকে দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ  দুৰ্গা ' মা' শক্তিৰে সকলো শক্তিশালী হৈ সমাজ কলুষিত কৰা অশুভ শক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁক সকলো ...তাৰেই কামনা কৰিলোঁ
Happy durja puja 2018


দুৰ্গতি নাশিনী দুৰ্গা দুখ বিনাশিনী দুৰ্গতিক নাশ কৰা ভবানী ভৈৰৱী সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল


Related Tags: Happy Durga Puja 2018 Wishes, Happy Durga Puja Greetings, Happy Durga Puja Quotes, Happy Durga Puja SMS, Happy Durga Puja Messages, Happy Durga Puja Status, Happy Durga Puja Shayari, Happy Durga Puja Thoughts, Happy Durga Puja Greeting Cards. 

5 comments: